Private company

Gender Park

Gender Park is an Indian gender equality initiative based in Thiruvananthapuram.1

জেণ্ডাৰ পাৰ্ক (ইংৰাজী: Gender Park, আক্ষৰিক ভাবে 'লিংগ উদ্যান) ২০১৩ চনত কেৰালা চৰকাৰৰ দ্বাৰা স্থাপিত ৰাজ্যখনত লিংগ সমতা আৰু সৱলীকৰণৰ দিশত কাম কৰাৰ এক পদক্ষেপ। ইয়াৰ মুখ্য কাৰ্যালয় ৰাজ্যখনৰ ৰাজধানী তিৰুৱন্তপুৰমত অৱস্থিত। ইয়াৰ মুখ্য ২৪ একৰ চৌহদ চিলভাৰ হিলচ, কোজিকোড (কালিকট)ত স্থাপন কৰা হৈছে। লিংগ ন্যায়ৰ ওপৰত গুৰুত্ব দিয়াৰ সৈতে ই হৈছে নীতি বিশ্লেষণ, গৱেষণা, ওকালতি, ক্ষমতা বিকাশ, অৰ্থনৈতিক আৰু সামাজিক পদক্ষেপৰ বাবে এক উমৈহতীয়া মঞ্চ। কেৰালা চৰকাৰৰ সামাজিক ন্যায় বিভাগৰ অধীনত ইয়াক স্থাপন কৰা হৈছিল আৰু ই হৈছে বিশ্বত এনে ধৰণৰ প্ৰথম স্থান। বৰ্তমান এই পদক্ষেপ মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত। ইয়াৰ লক্ষ্য হৈছে লিংগ সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে এক মুখ্য একত্ৰীকৰণ বিন্দু হিচাপে পৰিগণিত হোৱা। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মহিলা আৰু জেণ্ডাৰ পাৰ্কে উদ্যানখনক লিংগ সমতাৰ বাবে দক্ষিণ এছিয়াৰ কেন্দ্ৰ হিচাপে বিকশিত কৰিবলৈ সমান অংশীদাৰীত্ব তৈয়াৰ কৰিছে।2 From the as Wikipedia, CC BY-SA 4.0

Last updated Oct 21, 2026.

Overview

  • HeadquartersThiruvananthapuram1

Subsidiaries and ownership

Owners

  • Government of Kerala

From Wikidata.1

Sources

The numbers on this page point here. Each one links to the record it came from.

  1. 1
  2. 2