Private company

Jyoti Chitraban Film Studio

Jyoti Chitraban Film Studio is a film studio of Assam, India, founded in 1961.1 It is headquartered in Kahilipara.1

জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ (ইংৰাজী: Jyoti Chitraban Film Studio) গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত, অসমৰ প্ৰথম আৰু বৰ্তমানলৈ (২০২০) একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ’। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামৰ প্ৰথম অংশ আৰু তেওঁ নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি জয়মতীৰ শ্বুটিঙৰ বাবে ভোলাগুৰি চাহবাগিছাত পাতি লোৱা অস্থায়ী ষ্টুডিঅ’ চিত্ৰবন- এই দুটা শব্দ লগলগাই চৰকাৰী খণ্ডৰ এই ষ্টুডিঅ’টোৰ নাম জ্যোতি চিত্ৰবন ৰখা হয়। ১৯৬১ত প্ৰতিষ্ঠা কৰা জ্যেতি চিত্ৰবন ১৯৬৮ চনত এখন ফ্ল’ৰেৰে কাৰ্যক্ষম হৈ উঠে।2 From the as Wikipedia, CC BY-SA 4.0

Last updated Oct 21, 2026.

Overview

1961Founded1

Subsidiaries and ownership

Owners

  • Government of Assam

From Wikidata.1

Timeline

  1. 1961Founded Founded1

Sources

The numbers on this page point here. Each one links to the record it came from.

  1. 1
  2. 2