Private company

Publication Board Assam

Publication Board Assam is a literary institution in Assam, India, founded in 1958.1 It is headquartered in Guwahati.1

অসম প্ৰকাশন পৰিষদ নিজাকৈ গ্ৰন্থ প্ৰকাশ কৰা অসম চৰকাৰৰ চৰকাৰী প্ৰতিষ্ঠান। অসম চৰকাৰে ১৯৫৮ চনৰ ২ মে' তাৰিখে শ্বিলঙত অসম প্ৰকাশন পৰিষদ প্ৰতিষ্ঠা কৰিছিল। ১৯৫৮ চনৰ ৩০ অক্টোবৰত প্ৰথম পৰিষদ গঠন হৈছিল আৰু বিশিষ্ট সংস্কৃত পণ্ডিত আৰু বিশিষ্ট লেখক বিশ্বনাৰায়ণ শাস্ত্ৰী ইয়াৰ প্ৰথম সচিব পদত নিয়োজিত আছিল। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত।2 From the as Wikipedia, CC BY-SA 4.0

Last updated Oct 21, 2026.

Overview

May 2, 1958Founded1

Timeline

  1. May 2, 1958Founded Founded1

Sources

The numbers on this page point here. Each one links to the record it came from.

  1. 1
  2. 2