Private company

ডিএনপি লিমিটেড

Logo: See file page, via Wikipedia3

ডিএনপি লিমিটেড (ইংৰাজী: DNP Limited) অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ। অসম গেছ কোম্পানী লিমিটেড, নুমলীগড় তেল শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য অংশীদাৰীত্বৰে গঠিত ডিএনপি লিমিটেড ২০০৭ চনৰ ১৫ জুন তাৰিখে স্থাপন কৰা হৈছিল। যুটীয়া উদ্যোগ হিচাপে ডিএনপি লিমিটেড ১৯৫৬ চনৰ কোম্পানী আইনৰ অধীনত পঞ্জীভুক্ত। দুলীয়াজান নুমলীগড় পাইপলাইনৰ ইংৰাজী নামৰ প্ৰতিটো শব্দৰ প্ৰথম বৰ্ণৰে কোম্পানীটোৰ নাম ডিএনপি লিমিটেড ৰখা হৈছে।2 From the as Wikipedia, CC BY-SA 4.0

Last updated Oct 21, 2026.

Overview

Sources

The numbers on this page point here. Each one links to the record it came from.

  1. 1
  2. 2
  3. 3